অসমৰ ৰাজ্যিক চিহ্নসমূহ
|
শ্ৰেণী |
ইংৰাজী শব্দ |
অসমীয়া শব্দ |
|
ৰাজ্যিক গীত |
O my dearest country |
অʼ মোৰ আপোনাৰ দেশ |
|
ৰাজ্যিক শ্লোগান |
Hail mother Assam |
জয় আই অসম |
|
ৰাজ্যিক মোহৰ |
Government of Assam |
অসম চৰকাৰ |
|
ৰাজ্যিক ভাষা |
Assamese |
অসমীয়া |
|
ৰাজ্যিক ভাষিক সমাজ |
Assam Literary Society |
অসম সাহিত্য সভা |
|
ৰাজ্যিক উৎসৱ |
Bihu |
বিহু |
|
ৰাজ্যিক নৃত্য |
Bihu Dance |
বিহু নৃত্য |
|
ৰাজ্যিক ফুল |
Foxtail Orchids |
কপৌ ফুল |
|
ৰাজ্যিক গছ |
Dipterocarpus
macrocarpus |
হোলং |
|
ৰাজ্যিক জন্তু |
One-horned rhinoceros |
এশিঙীয়া গঁড় |
|
ৰাজ্যিক চৰাই |
White-winged wood duck |
দেও হাঁহ |
Post a Comment
0 Comments