সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ (General Knowledge Question and Answer)





1. 'বিশ্ব ধপাত দিৱস ২০২২'ৰ বিষয়বস্তু কি আছিল?
Ans : ধপাত: আমাৰ পৰিৱেশৰ বাবে এক ভাবুকি (Tobacco: A Threat to our Environment)

2. নীতি আয়োগৰ অধ্যক্ষ কোন?
Ans : প্ৰধানমন্ত্ৰী

3.অসমৰ পৰা অৰ্জুন বঁটা লাভ কৰা প্ৰথম মহিলা কোন ?
Ans : মনালিচা বৰুৱা মেহতা

4.অসমৰ প্ৰথম মহিলা বিত্ত মন্ত্ৰী
Ans : অজন্তা নেওগ

5.বেৰী হোৱাইট মেডিকেল স্কুল বৰ্তমান কি বুলি জনা যায় ?
Ans : অসম চিকিৎসা মহাবিদ্যালয় (AMCH)

6.বিশ্ব পৰিৱেশ দিৱস 2022 ৰ বিষয়বস্তু কি আছিল ?
Ans : Living Sustainably in Harmony with Nature

7.কোন বছৰত প্ৰথম আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হয়
Ans : 2015

8.অসম চৰকাৰৰ আঁচনি "মিছন বাসুন্ধৰা" কোন ক্ষেত্ৰৰ সৈতে সম্পৰ্কিত ?
Ans : মাটি

9.প্ৰতি বছৰে জোনবিল মেলা কোন ঠাইত অনুষ্ঠিত হয় ?
Ans : মৰিগাঁও

10.অসমৰ কোনটো শোধনাগাৰক অসম চুক্তি শোধনাগাৰ বুলি জনা যায় ?
Ans : নুমলীগড় শোধনাগাৰ

11.হিন্দী উপন্যাসৰ বাবে বুকাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় লেখক কোন ?
Ans : গীতাঞ্জলি শ্ৰী

12.কোন খন দেশে থমাছ কাপ 2022 জিকিছিল ?
Ans : ভাৰত

13.থমাছ কাপ কোনটো ক্ৰীড়াৰ সৈতে সম্পৰ্কিত ?
Ans : বেডমিণ্টন

14.World Happiness Report 2022 ত ভাৰতৰ স্থান কি ?
Ans : 136

15.World Happiness Report 2022 অনুসৰি বিশ্বৰ আটাইতকৈ সুখী দেশ কোনখন?
Ans : ফিনলেণ্ড

16. মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিন আৰম্ভ হৈছিল ?
Ans:লক্ষী সিংহ

17.কমনৱেলথ গেম 2022 ত ভাৰতৰ স্থান কিমান ?
Ans: চতুৰ্থ

18.Who won the Wimbledon Men's Single Title, 2022 ?
Ans: Novak Djokovic

19.বিশ্ব জলাশয় দিৱস কোন তাৰিখে পালন কৰা হয় ?
Ans:2 ফেব্ৰুৱাৰী

20.অলপতে বিশ্বৰ কোনখন দেশে 1 জানুৱাৰী 2009 ৰ পাছত জন্ম গ্ৰহণ কৰা প্ৰতিজন নাগৰিককে ধুম্ৰপাণ সেৱনত নিষেধাজ্ঞা আৰোপ কৰিছে? 
Ans:নিউজিলেণ্ড

21.Which year is declared as the International Year of Millets by United Nations General Assembly (UNGA) ?
Ans: 2023

22. Hawa Mahal' recently seen in the news , which is donated and transferred to the Govt of Assam, was related to the legend ...
Ans. Protima Pandey Barua

23.ভাৰতৰ কোন ৰাজ্যত সৰ্বপ্ৰথমবাৰৰ বাবে সোণ উলিযাবলৈ ATM প্ৰতিষ্ঠা কৰা হৈছে?
Ans. তেলেংগানা

24.জুঙাল বলহো কোন জিলাৰ আছিল?
Ans:নগাঁও

25.2023 ত ভাৰতত অনুষ্ঠিত হব লগা G20  সন্মিলনৰ মূল বিষয় (theme) কি ?
Ans: বাসুধৈৱ কুটুম্বকম

26.ডায়েবেটিছ দিৱস কোন তাৰিখে পালন কৰা হয় ?
Ans: 14 Nov

27.ভাৰতৰ কোন ৰাজ্যত আটাইতকৈ দীঘল নদী ৰূপৱে আছে ?
Ans: অসম

28.In "LGBTQIA" --- T stands for ?
Ans: Transgender





*******


Post a Comment

0 Comments