পিএফৰ জমা টকা কেনেদৰে উলিয়াব ?
ভৱিষ্যত নিধিৰ পৰা দুই প্ৰকাৰে টকা উলিয়াব পৰা যায়।
যদি আপুনি বৰ্তমানৰ কৰ্মস্থলী ত্যাগ কৰিছে তেন্তে পিএফৰ সম্পূৰ্ণ টকা উলিয়াই ল'ব পাৰিব অন্যথা আপুনি কেৱল এটা অংশহে উলিয়াব পাৰিব।
টকা উলিওৱাৰ আগতে পিএফ একাউণ্টৰ লগত আপোনাৰ বেংক একাউণ্ট আৰু আধাৰ পঞ্জীয়ন কৰাটো বাধ্যতামূলক।যদি কৰা নাই পঞ্জীয়ন কৰি লওঁক।
এতিয়া চাওঁ আহক আগতীয়াকৈ কেনেকৈ আমি টকা উলিওয়াব পাৰো
1.প্ৰথমে MEMBER e-SEWA গৈ লগ ইন কৰক
2.তলৰ পেজখন দেখা পাব। Online Services ত ক্লিক কৰক । ড্ৰপ ডাউন মেনুৰ পৰা CLAIM ত ক্লিক কৰি দিয়ক
3.তলৰ ফৰ্মখন দেখিব আপোনাৰ বেংক একাউণ্ট নম্বৰ ভৰাই Verify কৰক
4.তলৰ পেজখন পাব তাত PF ADVANCE ত ক্লিক কৰক
5.তলৰ ফৰ্মখন পাব এইখন পূৰাই দাখিল কৰক । ইয়াৰ পাছত আপোনাৰ মোবাইলত এটা OTP যাব সেইটো দি ফৰ্ম খন দাখিল কৰক।
6.আপোনাৰ আবেদন প্ৰক্ৰিয়া হৈ গ'ল। এতিয়া 7 ৰ পৰা 15 দিনৰ ভিতৰতে আপোনাৰ বেংকত টকা সোমাই যাব।
আপোনাৰ পিএফ একাউণ্ট যদি সক্ৰিয় কৰা নাই তেন্তে সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক
Post a Comment
2 Comments
অতি গুৰুত্বপূৰ্ণ তথ্য বিকাশ
ReplyDeleteThanks
Delete